Xopunar Falafal · অসমীয়া ভাষাত
আপোনাৰ সপোনে কি কয়?
কালি ৰাতি দেখা সপোনটো লিখক আৰু তৎক্ষণাত জানক তাৰ অৰ্থ — সাপ, পানী, দাঁত সৰা, উৰি ফুৰা, মৃত আত্মীয়… প্ৰতিটো চিনৰ ফলাফল।
সপোন লিখক — মাত্ৰ ₹৯প্ৰতিটো সপোনৰ বাবে ₹৯ · কোনো চাবস্ক্ৰিপচন নাই
কেনেকৈ কাম কৰে
- ১
সপোন লিখক
যি সপোন দেখিছিল, নিজৰ ভাষাত বিতংকৈ লিখক।
- ২
₹৯ পৰিশোধ কৰক
UPI, কাৰ্ড বা নেট বেংকিঙেৰে সুৰক্ষিতভাৱে।
- ৩
ফলাফল চাওক
কেইছেকেণ্ডৰ ভিতৰতে অসমীয়া ভাষাত সপোনৰ অৰ্থ।
সঘনাই সোধা প্ৰশ্ন
ফলাফল কেনেকৈ লিখা হয়?
পৰম্পৰাগত সপোন শাস্ত্ৰ আৰু লোকবিশ্বাসৰ ভিত্তিত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত আপোনাৰ সপোনৰ প্ৰতিটো চিনৰ অৰ্থ অসমীয়া ভাষাত বুজাই দিয়া হয়।
ইংৰাজীত লিখিব পাৰিমনে?
পাৰিব। অসমীয়া, ইংৰাজী বা দুয়োটা মিহলাই লিখিলেও হ’ব — ফলাফল অসমীয়াত পাব।
মোৰ পুৰণি ফলাফলবোৰ ক’ত পাম?
লগ ইন কৰি “সপোন লিখক” পৃষ্ঠাত আপোনাৰ আগৰ সকলো সপোন আৰু ফলাফল চেটৰ দৰে দেখা পাব।
মোৰ সপোন আনে দেখিবনে?
নেদেখে। আপোনাৰ সপোন কেৱল আপোনাৰ একাউণ্টতহে দেখা যায়।
সপোনৰ ফলাফল কেৱল পথনিৰ্দেশনা আৰু মনোৰঞ্জনৰ বাবে। ইয়াক চিকিৎসা, আইনী বা আৰ্থিক পৰামৰ্শ হিচাপে গণ্য নকৰিব।